Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী নীতিশ কুমাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰী নীতিশ কুমাৰক অভিনন্দন জনাইছে।

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা নীতিশ কুমাৰ জীক অভিনন্দন জনাইছো। মই লগতে বিহাৰ চৰকাৰৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা সকলকো অভিনন্দন জনাইছো। বিহাৰৰ প্ৰগতিৰ বাবে এনডিএ পৰিয়ালে একেলগে কাম কৰিব। বিহাৰৰ কল্যানৰ বাবে কেন্দ্ৰৰ পৰা সম্ভাব্য সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে মই আশ্বাস দিছো।”

***

DS/SH/DB