পি এম ইণ্ডিয়া
শ্ৰী নৰেন্দ্ৰ মোদী [ 191KB ] |
প্ৰধানমন্ত্ৰীৰ দায়িত্বৰ লগতে নিম্নোক্ত বিভাগসমূহৰ দায়িত্বতো নিয়োজিত— চৰকাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়; আণৱিক শক্তি বিভাগ; মহাকাশ বিভাগ; আৰু সকলো গুৰুত্বপূৰ্ণ নীতিগত বিষয়; আৰু কোনো মন্ত্ৰীৰ হাতত নথকা আন যিকোনো বিভাগ৷ |
|
কেবিনেট মন্ত্ৰীসকল |
||
| ১ | শ্ৰী ৰাজনাথ সিং [ 715KB ] |
গৃহমন্ত্ৰী |
| ২ | শ্ৰীমতী সুষমা স্বৰাজ [ 94KB ] |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
| ৩ | শ্ৰী অৰুণ জেটলী [ 1401KB ] |
Minister without Portfolio |
| ৪ | শ্ৰী এম.ভেংকায়া নাইডু [ 809KB ] [১৮.০৭.২০১৭ত দায়িত্ব ত্যাগ] |
চহৰ উন্নয়ন, হাউচিং আৰু নগৰীয়া দৰিদ্ৰতা দূৰীকৰণ, তথ্য আৰু সম্প্ৰচাৰ |
| ৫ | শ্ৰী নীতিন গাডকাৰী [ 492KB ] |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী, জল পৰিবহণ মন্ত্ৰী, জল সম্পদ মন্ত্ৰী, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰী৷ |
| ৬ | শ্ৰী সুৰেশ প্ৰভু [ 138KB ] |
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী অসামৰিক বিমান পৰিবহণ মন্ত্ৰী |
| ৭ | শ্ৰী ডি.ভি. সদানন্দ গৌড়া [ 540KB ] |
পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰী |
| ৮ | সুশ্ৰী উমা ভাৰতী [ 151KB ] |
খোৱা পানী আৰু স্বচ্ছতা মন্ত্ৰী |
| ৯ | শ্ৰী ৰামবিলাস পাছৱান [ 232KB ] |
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ৷ |
| ১০ | শ্ৰী কালৰাজ মিশ্ৰ [ 1771KB ] [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী৷ |
| ১১ | শ্ৰীমতী মানেকা গান্ধী [ 51KB ] |
|
| ১২ | শ্ৰী অনন্ত কুমাৰ [ 147KB ] |
ৰসায়ন আৰু সাৰ মন্ত্ৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী |
| ১৩ | শ্ৰী ৰবি শংকৰ প্ৰসাদ [ 56KB ] |
আইন আৰু ন্যায় মন্ত্ৰী, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী |
| ১৪ | শ্ৰী জগত প্ৰকাশ নাড্ডা [ 537KB ] |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী |
| ১৫ | শ্ৰী অশোক গাজাপতী ৰাজু পুছাপতী [ 190KB ]
[10.03.2018 ত দায়িত্ব ত্যাগ] |
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী |
| ১৬ | শ্ৰী অনন্ত গীতি [ 167KB ] |
গধুৰ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰী |
| ১৭ | শ্ৰীমতী হৰছিমৰৎ কৌৰ বাদল [ 420KB ] |
খাদ্য প্ৰস্তুত উদ্যোগ মন্ত্ৰী |
| ১৮ | শ্ৰী নৰেন্দ্ৰ সিং টোমাৰ [ 224KB ] |
গ্ৰাম্য উন্নয়ন মন্ত্ৰী পঞ্চায়তীৰাজ মন্ত্ৰী, খনিজ সম্পদ মন্ত্ৰী |
| ১৯ | শ্ৰী চৈধাৰী বিৰেন্দৰ সিং [ 217KB ] |
তীখা মন্ত্ৰী |
| ২০ | শ্ৰী জুৱেল ওৰাম [ 289KB ] |
জনজাতি পৰিক্ৰমা মন্ত্ৰী |
| ২১ | শ্ৰী ৰাধা মোহন সিং [ 203KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী |
| ২২ | শ্ৰী থাৱৰ চন্দ্ৰ গেহলোট [ 311KB ] |
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী |
| ২৩ | শ্ৰী স্মৃতি জুবিন ইৰাণী [ 392KB ] |
বস্ত্ৰশিল্প মন্ত্ৰী |
| ২৪ | ড০ হৰ্ষ বৰ্ধন [ 26KB ] |
বিজ্ঞান আৰু প্ৰযু্ক্তি মন্ত্ৰী, পৃথিৱী বিজ্ঞান মন্ত্ৰী পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী |
| ২৫ | শ্ৰী প্ৰকাশ জাভেদকাৰ [ 121KB ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰী |
| ২৬ | শ্ৰী মনোহৰ পাৰিকৰ [ 4559KB ] [১৩.০৩.২০১৭ত দায়িত্ব ত্যাগ] |
প্ৰতিৰক্ষা মন্ত্ৰী |
| ২৭ | ড০ নাজমা এ. হেপতুল্লা [১২.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী |
| ২৮ | শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান [ 95KB ] |
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী, আৰু দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰী৷ |
| ২৯ | শ্ৰী পিযুষ গোৱেল [ 41KB ] |
ৰে’লৱে মন্ত্ৰী, আৰু কয়লা মন্ত্ৰী বিত্ত মন্ত্ৰী, কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী |
| ৩০ | শ্ৰীমতী নিৰ্মলা সীতাৰমণ [ 54KB ] |
প্ৰতিৰক্ষা মন্ত্ৰী |
| ৩১ | শ্ৰী মুখটাৰ আব্বাছ নকভী [ 336KB ] |
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী |
ৰাজ্যিক মন্ত্ৰীসকল (স্বতন্ত্ৰ দায়িত্ব) |
||
| ১ | শ্ৰী ৰাও ইন্দৰজিত সিং [ 119KB ] |
পৰিকল্পনা মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী, ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
| ২ | শ্ৰী বন্দৰু দাট্টাট্ৰেয় [ 1803KB ] [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
| ৩ | শ্ৰী ৰাজীৱ প্ৰতাপ ৰেড্ডী [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
| ৪ | শ্ৰী সন্তোষ কুমাৰ গেংৱাৰ [ 554KB ] |
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
| ৫ | শ্ৰী শ্ৰীপদ য়েছো নাইক [ 246KB ] |
আয়ুৰ্বেদ, যোগ আৰু নিউৰ’পেথী, উনানী, সিদ্ধ আৰু হোমিঅ’পেথী(আয়ুস)মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী৷ |
| ৬ | ড০ জিতেন্দ্ৰ সিং [ 235KB ] |
ড’নাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; আণৱিক শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী; আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী৷ |
| ৭ | ড০ মহেশ শৰ্মা [ 266KB ] |
সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৮ | শ্ৰী গিৰিৰাজ সিং [ 77KB ] |
সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
| ৯ | শ্ৰী মনোজ সিনহা [ 65KB ] |
যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; আৰু ৰে’লৱে মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী৷ |
| ১০ | শ্ৰী অনিল মাধৱ দেভ [প্ৰয়াত] |
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী৷ |
| ১১ | শ্ৰী সৰ্বানন্দ সোণোৱাল [২২.০৫.২০১৬ত দায়িত্ব ত্যাগ] |
দক্ষতা বিকাশ, উদ্যমশীলতা, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
| ১২ | শ্ৰী ছনৱাৰ লাল জাট [০৫.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৩ | কৰ্ণেল ৰাজ্যৱৰ্ধন সিং ৰাথোড় [ 314KB ] |
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)৷ |
| ১৪ | শ্ৰী ৰাজ কুমাৰ সিং [ 30KB ] |
শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী, নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
| ১৫ | শ্ৰী হৰদ্বীপ সিং পুৰী [ 94KB ] |
হাউচিং আৰু নগৰীকৰণ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
| ১৬ | শ্ৰী এলফ’নছ কান্নানথানাম [ 85KB ] |
পৰ্যটন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী৷ |
ৰাজ্যিক মন্ত্ৰী |
||
| ১ | শ্ৰী বিজয় গোৱেল [ 159KB ] |
সংসদীয় পৰিক্ৰমা মন্ত্ৰী, পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰী |
| ২ | শ্ৰী ৰাধাকৃষণ পি [ 283KB ] |
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
| ৩ | শ্ৰী ফাগ্গান সিং কুলাষ্টি [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
| ৪ | শ্ৰী এছ.এছ আহলুৱালিয়া [ 174KB ] |
বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
| ৫ | শ্ৰী ৰমেশ চন্দপ্পা জিগাজিনাগী [ 64KB ] |
খোৱা পানী আৰু স্বচ্ছতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৬ | শ্ৰী ৰামদাস এটাৱালী [ 104KB ] |
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৭ | শ্ৰী ৰাম কৃপাল যাদৱ [ 1121KB ] |
গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৮ | শ্ৰী বিষ্ণু দেও ছাই [ 1317KB ] |
তীখা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৯ | শ্ৰী হংসৰাজ গংগাৰাম আহিৰ [ 1584KB ] |
গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১০ | শ্ৰী হৰিভাই পাৰাথিভাই চৌধাৰী [ 1285KB ] |
খনিজ সম্পদ আৰু কয়লা মন্ত্ৰী |
| ১১ | শ্ৰী ৰাজেন গোঁহাই [ 149KB ] |
ৰে’লৱে ৰাজ্যিক মন্ত্ৰী |
| ১২ | ভি.কে সিং [ 109KB ] |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৩ | শ্ৰী পৰষোত্তম ৰুপালা [ 232KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
| ১৪ | শ্ৰী কৃষণ পাল [ 155KB ] |
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৫ | শ্ৰী যশৱন্ত সিনহা সুমনভাই ভাবোৰ [ 1362KB ] |
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৬ | শ্ৰী শিৱ প্ৰতাপ শুক্লা [ 241KB ] |
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৭ | শ্ৰী অশ্বিনী কুমাৰ চৌবে [ 374KB ] |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৮ | শ্ৰী সুদৰ্শন ভগত [ 168KB ] |
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ১৯ | শ্ৰী উপেন্দ্ৰ কুশৱাহা [ 50KB ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২০ | ড০ সঞ্জীৱ কুমাৰ বাল্য [ 1535KB ] [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২১ | শ্ৰী কিৰেণ ৰিজিজু [ 137KB ] |
গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২২ | ড০ বিৰেন্দ্ৰ কুমাৰ [ 1303KB ] |
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যক মন্ত্ৰী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৩ | শ্ৰী অনন্ত কুমাৰ হেগড়ে [ 173KB ] |
দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৪ | শ্ৰী এম.জে আকবৰ [ 55KB ] |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৫ | ছাদভী নিৰঞ্জন জ্যোতি [ 76KB ] |
খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৬ | শ্ৰী ৱাই.এছ. চৌধাৰী [ 118KB ] [10.03.2018ত দায়িত্ব ত্যাগ] |
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
| ২৭ | শ্ৰী জয়ন্ত সিনহা [ 497KB ] |
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৮ | শ্ৰী বাবুল সুপ্ৰিয়ো [ 3383KB ] |
গধুৰ উদ্যোগ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ২৯ | শ্ৰী বিজয় ছাম্পলা [ 108KB ] |
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩০ | শ্ৰী অৰ্জুন ৰাম মেঘৱাল [ 105KB ] |
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩১ | ড০ মহেন্দ্ৰ নাথ পাণ্ডে [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩২ | শ্ৰী অজয় তামটা [ 175KB ] |
বস্ত্ৰশিল্প মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৩ | শ্ৰীমতী কৃষ্ণ ৰাজ [ 62KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৪ | শ্ৰী মনসুখ এল মান্দাভিয়া [ 184KB ] |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৫ | শ্ৰীমতী অনুপ্ৰিয়া পেটেল [ 366KB ] |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৬ | শ্ৰী চি.আৰ চৌধাৰী [ 371KB ] |
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৭ | শ্ৰী পি.পি চৌধাৰী [ 313KB ] |
আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, কৰ্প’ৰেট মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৮ | ড০ সুভাষ ৰামৰাও ভাম্ৰে [ 163KB ] |
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৩৯ | শ্ৰী মোহনভাই কল্যাণজীভাই কাণ্ডাৰিয়া [০৫.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৪০ | শ্ৰী নিহাল চান্দ [০৫.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৪১ | (ড০)ৰাম শংকৰ কাথাৰিয়া [০৫.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৪২ | শ্ৰী মনসুখভাই ধঞ্জীভাই ভাছাভা [০৫.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৪৩ | শ্ৰী জি.এম. সিদ্ধেশ্বৰা [১২.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
গধুৰ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৪৪ | শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট [ 95KB ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
| ৪৫ | ড০ সত্য পাল সিং [ 80KB ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
প্ৰধানমন্ত্ৰী |
|---|---|---|
(১৪.০৫.২০১৮ পৃষ্ঠাটো অন্তিমবাৰৰ বাবে আপডেট কৰা হৈছে)