Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অগ্ৰণী উদ্ভাৱক তথা উদ্যোগপতি টি পি জি নাম্বিয়াৰৰ বিয়োগত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এজন অগ্ৰণী উদ্ভাৱক তথা উদ্যোগপতি টি পি জি নাম্বিয়াৰ জীৰ বিয়োগত শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে টি পি জি নাম্বিয়াৰ জী ভাৰতক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ এক বলিষ্ঠ কণ্ঠ আছিল।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“শ্ৰী টি পি জি নাম্বিয়াৰ জী আছিল এজন অগ্ৰণী উদ্ভাৱক আৰু উদ্যোগপতি, যি ভাৰতক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ এক বলিষ্ঠ কণ্ঠ আছিল। তেওঁৰ বিয়োগত দুখ পাইছোঁ। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ সমবেদনা।”

**********

MJPS/VJ