Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অটল বিহাৰী বাজপেয়ীক জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ শ্ৰদ্ধাৰ অটলজীক জন্মদিনৰ শুভেচ্ছা জনাইছো। তেওঁৰ অসাধাৰণ তথা দূৰদৃষ্টিসম্পন্ন নেতৃত্বই ভাৰত অধিক বিকশিত কৰাৰ লগতে বিশ্বৰ আগত আমাৰ সন্মান উন্নীত কৰিলে। মই তেওঁৰ সু-স্বাস্থ্য কামনা কৰিছো।”

***

AKT/SH/DB