পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সবাতোকৈ ডাঙৰ লক্ষ্যবোৰো নিৰন্তৰ প্ৰচেষ্টা, ধৈৰ্য্য আৰু দৃঢ় সংকল্পৰ জৰিয়তে প্ৰাপ্ত কৰিব পাৰি। তেওঁ উল্লেখ কৰে যে আজি ভাৰতক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণ এনে মনোভাৱৰ দ্বাৰা অনুপ্ৰাণিত হয়।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে-
“यो यमर्थं प्रार्थयते तदर्थं चेह ते क्रमात् ।
अवश्यं स तमाप्नोति न चेदर्थान् निवर्तते ।।”
সুভাশিতমত উল্লেখ কৰা হৈছে যে যিগৰাকী ব্যক্তিয়ে এটা নিৰ্দিষ্ট লক্ষ্যৰ বাবে প্ৰাৰ্থনা কৰে বা বিচাৰে আৰু ইয়াক প্ৰাপ্ত কৰাৰ বাবে নিৰন্তৰ, প্ৰণালীবদ্ধ প্ৰচেষ্টা চলায়, তেওঁ নিঃসন্দেহে সেই লক্ষ্য প্ৰাপ্ত কৰিব, যদিহে তেওঁ মাজতে নিজৰ লক্ষ্যৰ পৰা পিছুৱাই নাযায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘নিৰন্তৰ প্ৰচেষ্টা, ধৈৰ্য্য আৰু সংকল্পৰ দ্বাৰা সবাতোকৈ ডাঙৰ লক্ষ্যত উপনীত হ’ব পাৰি। আজি দেশবাসীয়ে এই মনোভাৱেৰেই ভাৰতক নতুন শিখৰলৈ লৈ গৈছে।
यो यमर्थं प्रार्थयते तदर्थं चेह ते क्रमात् ।
अवश्यं स तमाप्नोति न चेदर्थान् निवर्तते ।।’
निरंतर प्रयास, धैर्य और दृढ़ संकल्प के साथ बड़े से बड़े लक्ष्य को हासिल किया जा सकता है। आज देशवासी इसी भावना से भारतवर्ष को नई ऊंचाइयों की ओर ले जा रहे हैं।
यो यमर्थं प्रार्थयते तदर्थं चेह ते क्रमात् ।
अवश्यं स तमाप्नोति न चेदर्थान् निवर्तते ।। pic.twitter.com/lFBqTuZ46N
— Narendra Modi (@narendramodi) May 27, 2026
***
MJPS/SS/ST/NB