Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অ’নাম উৎসৱত কেৰালাবাসীৰ সৈতে একত্ব হৈছে প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ অ’নাম উৎসৱ উপলক্ষে কেৰালাবাসীৰ সৈতে একত্ব হৈছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “এই অ’নাম উৎসৱে বিগত কিছুদিন ধৰি সন্মুখীন হৈ অহা দুৰ্যোগৰ মোকাবিলা কৰিব পৰাকৈ কেৰালাবাসীক শক্তি যোগাব। সমগ্ৰ দেশেই কেৰালাৰ পক্ষে থিয় দিছে আৰু ইয়াৰ নাগৰিকসকলৰ সুখৰ লগতে সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছে।”

***

AKT/AP/DB