Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰী জিলাত সংঘটিত নাও দূৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰী জিলাত সংঘটিত নাও দূৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

“অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰী জিলাত সংঘটিত নাও দূৰ্ঘটনাৰ সংবাদে মোক ব্যথিত কৰিছে৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু হেৰাই থকা যাত্ৰীসকলৰ জীৱনৰক্ষাৰ বাবে প্ৰাৰ্থনা জনাইছো৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷
 

***

AKT/SH/MS