Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অভিযন্তা দিবসত অভিযন্তাসকলক অভিবাদন প্ৰধানমন্ত্ৰীৰ; জন্ম বাৰ্ষিকী উপলক্ষে ভাৰত ৰত্ন এম. বিশ্বেশ্বৰায়ালৈ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিবসত অভিযন্তাসকলক অভিবাদন জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে জন্ম বাৰ্ষিকী উপলক্ষে ভাৰত ৰত্ন এম. বিশ্বেশ্বৰায়ালৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “অভিযন্তা দিবসত মই সকলো অভিযন্তা অভিবাদন জনাইছো আৰু ৰাষ্ট্ৰৰ উন্নয়নত তেওঁলোকৰ সৰ্বাধিক ভূমিকাক প্ৰশংসা কৰিছো।

জন্ম বাৰ্ষিকী উপলক্ষে ভাৰত ৰত্ন এম. বিশ্বেশ্বৰায়ালৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ নিজই এগৰাকী আদৰ্শ অভিয়ন্তা আছিল আৰু নতুন প্ৰজন্মৰ প্ৰেৰণাৰ উৎস।”

AKT/SH/DB