পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাক লৈ ভাৰত-ভিয়েটনামৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷
বুজাবুজিৰ চুক্তিখনে ভাৰত আৰু ভিয়েটনামৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা অধিক সম্প্ৰসাৰিত কৰিব৷
****
AKT/VBA/MS