পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আই ধৰিত্ৰীৰ সহশীলতাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰেঃ
“यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा।
पृथिवीं धेनुं प्रदुहां न उदिच्छन्तु नमोऽस्तु पृथिव्यै॥”
এই হিতোপদেশটোত কোৱা হৈছে যে, “যি মাটিত গছ-গছনি সদায় দৃঢ় আৰু স্থিৰভাৱে থিয় হৈ ৰৈছে, সেই পৃথিৱীয়ে আমাক সকলো আৰাম আৰু সম্পদ প্ৰদান কৰক। আমি পৃথিৱী মাতৃক প্ৰণাম জনাইছো।”
শ্ৰী মোদীয়ে কয় যে পৃথিৱী আমাৰ মাতৃ, মানৱতাৰ কল্যাণ পৃথিৱীৰ সংৰক্ষণৰ ওপৰত নিৰ্ভৰ কৰে। ধৰিত্ৰী সুৰক্ষা কেৱল আমাৰ সামূহিক কৰ্তব্য নহয়, বৰং ভৱিষ্যত প্ৰজন্মৰ প্ৰতি আমাৰ পবিত্ৰ প্ৰতিশ্ৰুতিও।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“পৃথিৱী আমাৰ মাতৃ আৰু পৃথিৱীৰ সংৰক্ষণতে মানৱতাৰ কল্যাণ নিহিত হৈ আছে। পৃথিৱীক সুৰক্ষিত কৰি ৰখাটো কেৱল আমাৰ দায়িত্ব নহয়, বৰঞ্চ আগন্তুক প্ৰজন্মৰ প্ৰতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিও।
यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा।
पृथिवीं धेनुं प्रदुहां न उदिच्छन्तु नमोऽस्तु पृथिव्यै॥”
पृथ्वी हमारी माता है और इसके संरक्षण में मानवता का कल्याण निहित है। इसकी रक्षा करना हम सबका केवल दायित्व नहीं, बल्कि आने वाली पीढ़ियों के प्रति हमारा पवित्र संकल्प भी है।
यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा।
पृथिवीं धेनुं प्रदुहां न उदिच्छन्तु नमोऽस्तु पृथिव्यै॥ pic.twitter.com/PqeuwZP79H
— Narendra Modi (@narendramodi) April 22, 2026
*********
MJPS/VJ/DD