পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে সামৰণি পৰা আই বি এচ এফ বিশ্ব স্নুকাৰ চেম্পিয়নশ্বিপত জয়লাভ কৰি অষ্টদশ বাৰৰ বাবে বিশ্বমানৰ সন্মান লাভ কৰা পঙ্কজ আদৱানিলৈ অভিনন্দন জ্ঞাপন কৰিছে।
“অলপতে সামৰণি পৰা আই বি এচ এফ বিশ্ব স্নুকাৰ চেম্পিয়নশ্বিপত জয়লাভ কৰি অষ্টদশ বাৰৰ বাবে বিশ্বমানৰ সন্মান লাভ কৰা পঙ্কজ আদৱানিলৈ অভিনন্দন জ্ঞাপন কৰিছো। আপোনাৰ সফলতাই আমাক গৌৰৱান্বিত কৰিছে।”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
Congratulations @PankajAdvani247 for winning your 18th world title in the recently concluded IBSF World Snooker Championship. Your accomplishments make us very proud.
— Narendra Modi (@narendramodi) November 30, 2017