পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় কৰে যে আজি সন্ত ৰবিদাস জয়ন্তীৰ শুভ ক্ষণত আদমপুৰ বিমানবন্দৰ এতিয়াৰে পৰা শ্ৰী গুৰু ৰবিদাস মহাৰাজ জী বিমানবন্দৰ নামেৰে পৰিচিত কৰিবলৈ লোৱা সিদ্ধান্ত অপৰিসীম সন্মান আৰু গৌৰৱৰ বিষয়। শ্ৰী মোদীয়ে লগতে কয় যে শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ কালজয়ী আদৰ্শৰ প্ৰতি ই এক উপযুক্ত শ্ৰদ্ধাঞ্জলি আৰু তেওঁৰ সমতা, কৰুণা আৰু সেৱাৰ বাৰ্তাই আমাক সকলোকে যথেষ্ট প্ৰেৰণা যোগাই আহিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
আজি সন্ত ৰবিদাস জয়ন্তীৰ শুভক্ষণ উপলক্ষ্যে আদমপুৰ বিমানবন্দৰ এতিয়াৰে পৰা শ্ৰী গুৰু ৰবিদাস মহাৰাজ জী বিমানবন্দৰ নামেৰে পৰিচিত কৰিবলৈ সিদ্ধান্ত লোৱাটো অপৰিসীম সন্মান আৰু গৌৰৱৰ বিষয়।
অগণন মানুহৰ বাবে এই দিনটো আনন্দৰ দিন। এয়া শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ কালজয়ী আদৰ্শৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি। তেওঁৰ সমতা, মমতা আৰু সেৱাৰ বাৰ্তাই আমাক সকলোকে প্ৰেৰণা যোগাই আহিছে।”
“আমাৰ বাবে অতি সৌভাগ্য আৰু গৌৰৱৰ বিষয় যে আজি সন্ত ৰবিদাস জয়ন্তীৰ শুভক্ষণ উপলক্ষ্যে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এতিয়া পঞ্জাৱৰ আদমপুৰ বিমানবন্দৰ ‘শ্ৰী গুৰু ৰবিদাস মহাৰাজ জী’ বিমানবন্দৰ হিচাপে পৰিচিত হ’ব। আমাৰ সকলোৰে বাবে এই দিনটো অপৰিসীম আনন্দৰ দিন। শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ চিৰন্তন আদৰ্শৰ প্ৰতি এয়া এক বিনম্ৰ শ্ৰদ্ধাঞ্জলি ।তেওঁৰ সমতা, মমতা আৰু সেৱাৰ বাৰ্তাই আমাক সকলোকে গভীৰভাৱে অনুপ্ৰাণিত কৰে।”
It’s a matter of immense honour and pride that today, on the auspicious occasion of Sant Ravidass Jayanti, it has been decided that the Adampur Airport will now onwards be known as Shri Guru Ravidass Maharaj Ji Airport. This is a joyous day for countless people. It is a fitting… pic.twitter.com/Lh1kgIfjQH
— Narendra Modi (@narendramodi) February 1, 2026
****
MJPS/VJ/DM

ਇਹ ਬੇਹੱਦ ਮਾਣ ਅਤੇ ਫਖ਼ਰ ਵਾਲੀ ਗੱਲ ਹੈ ਕਿ ਅੱਜ ਸੰਤ ਰਵਿਦਾਸ ਜਯੰਤੀ ਦੇ ਪਵਿੱਤਰ ਮੌਕੇ ਇਹ ਫ਼ੈਸਲਾ ਲਿਆ ਗਿਆ ਹੈ ਕਿ ਆਦਮਪੁਰ ਹਵਾਈ ਅੱਡੇ ਨੂੰ ਹੁਣ ਤੋਂ ਸ੍ਰੀ ਗੁਰੂ ਰਵਿਦਾਸ ਮਹਾਰਾਜ ਜੀ ਹਵਾਈ ਅੱਡੇ ਵਜੋਂ ਜਾਣਿਆ ਜਾਵੇਗਾ। ਇਹ ਅਣਗਿਣਤ ਲੋਕਾਂ ਲਈ ਬਹੁਤ ਖ਼ੁਸ਼ੀ ਦਾ ਦਿਨ ਹੈ। ਇਹ ਸ੍ਰੀ ਗੁਰੂ ਰਵਿਦਾਸ ਮਹਾਰਾਜ ਜੀ ਦੇ ਸਦੀਵੀ ਆਦਰਸ਼ਾਂ ਨੂੰ… pic.twitter.com/gTttpQ8SlO
— Narendra Modi (@narendramodi) February 1, 2026
ये हमारे लिए सौभाग्य और गौरव की बात है कि आज संत रविदास जयंती के पावन अवसर पर एक महत्वपूर्ण निर्णय लिया गया है। अब पंजाब के आदमपुर एयरपोर्ट को ‘श्री गुरु रविदास महाराज जी’ एयरपोर्ट के नाम से जाना जाएगा। ये हम सबके लिए अत्यंत खुशी का दिन है। ये श्री गुरु रविदास महाराज जी के… pic.twitter.com/WN7ghWfN5w
— Narendra Modi (@narendramodi) February 1, 2026