পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে আমাৰ মাতৃভূমি হৈছে আধ্যাত্মিক অনুশীলন আৰু উপাসনাৰ লগতে সাহস, শক্তি আৰু সাৰ্বজনীন কল্যাণৰ পৱিত্ৰ ভূমি। শ্ৰী মোদীয়ে এই বুলি আশা প্ৰকাশ যে মহান ঐতিহ্য আৰু প্ৰাচীন সংস্কৃতিৰ এই পবিত্ৰ ভূমিয়ে সকলোকে সদায় সুখ আৰু সমৃদ্ধিৰে ভৰাই ৰাখক।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
“আমাৰ মাতৃভূমি হৈছে সাধনা আৰু উপাসনাৰ লগতে সাহস, শক্তি আৰু সৰ্বাংগীন কল্যাণৰ পুণ্যভূমি। মহান ঐতিহ্য আৰু প্ৰাচীন সংস্কৃতিৰ এই পবিত্ৰ ভূমিয়ে সকলোকে সদায় সুখ আৰু সমৃদ্ধিৰে ভৰাই ৰাখক।
यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन् ।
गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ।।”
আমাৰ পূৰ্বপুৰুষসকলে মহান আৰু পৰোপকাৰী কাৰ্য্য সম্পন্ন কৰা তথা দেৱতাসকলে অশুভ শক্তিক পৰাস্ত কৰা পশুধন আৰু শক্তিৰে পূৰ্ণ মাতৃভূমিয়ে আমাক বিশাল স্থান আৰু সমৃদ্ধি প্ৰদান কৰক।
हमारी मातृभूमि साधना और उपासना के साथ-साथ साहस, शक्ति और सर्व-कल्याण की पुण्यभूमि रही है। महान विरासत और प्राचीन संस्कृति की यह पावन धरती हर किसी को सदैव सुख-समृद्धि से परिपूर्ण रखे, यही कामना है।
यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन् ।
गवामश्वानां… pic.twitter.com/S0kwe4YRJt
— Narendra Modi (@narendramodi) May 21, 2026
***
MJPS/SS/PRK/HS