Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিম্মী কাৰ্টাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

এক্সৰ এটা পোষ্টত তেওঁ লিখিছেঃ

‘মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁ বিশ্ব শান্তি আৰু সমন্বয়ৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিছিল। ভাৰত-মাৰ্কিন সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানই এক দীৰ্ঘস্থায়ী ঐতিহ্য সৃষ্টি কৰিছে। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু আমেৰিকাৰ জনসাধাৰণলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।

 

MJPS/SR/PM