Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে এলবাৰ্টো ফাৰ্ণাণ্ডেজক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


আৰ্জেণ্টিনাত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত সফলতাৰে জয়লাভ কৰা এলবাৰ্টো ফাৰ্ণাণ্ডেজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত আপোনাৰ অনবদ্য জয়লাভৰ বাবে আপোনাক অভিনন্দন জ্ঞাপন কৰিছো এলবাৰ্টো ফাৰ্ণাণ্ডেজ ডাঙৰীয়া। ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজৰ সম্পৰ্ক অধিক গাঢ় আগলৈ সম্প্ৰসাৰিত কৰাৰ বাবে একেলগে কাম কৰাৰ পোষকতা কৰিছো।”

https://twitter.com/narendramodi/status/1189567901814185984?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1189567901814185984&ref_url=http%3A%2F%2Fpibarchive.nic.in%2Fnewsite%2FPrintRelease.aspx%3Frelid%3D194106

***

VRRK/SH/RD