Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত এণ্টনিঅ’ কষ্টাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউৰোপিয়ান কাউন্সিলৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিৰ্বাচিত এণ্টনিঅ’ কষ্টাক অভিনন্দন জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“ইউৰোপিয়ান কাউন্সিলৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মোৰ বন্ধু @antoniolscostaক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ ভাৰত-ইউৰোপিয়ান কাউন্সিলৰ কৌশলগত সহযোগিতাক এক উচ্চ শিখৰলৈ আগুৱাই লৈ যোাৰ বাবে তেওঁৰ সৈতে মই ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী৷”

***

DS/ST/D