ক্ৰ. নং
বুজাবুজি চুক্তিৰ তালিকা
ইটালীৰ স্বাক্ষৰকাৰী
ভাৰতীয় স্বাক্ষৰকাৰী
১.
ভাৰত আৰু ইটালীৰ মাজত ৰে’ল খণ্ডৰ সুৰক্ষাৰ বাবে সহযোগিতামুলক ঘোষণা পত্ৰ
শ্ৰীযুত ৰিনাটো মাজোনচিনি, মুখ্য কাৰ্যবাহী বিষয়া, ইটালীয়ান ৰে’লৱে
শ্ৰী বেদ পাল, অতিৰিক্ত সদস্য (পৰিকল্পনা), ৰে’লৱে বোৰ্ড
২.
ভাৰতীয় সাংস্কৃতিক পৰিষদ আৰু ইটালীৰ বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিভাগৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰীয়া বৰ্ষপূৰ্তিত বুজাবুজি চুক্তি
শ্ৰীযুত ল’ৰেঞ্জো এঞ্জেলোনি, ভাৰতস্থিত ইটালীৰ ৰাষ্ট্ৰদূত
শ্ৰীমতী ৰিভা গাংগুলী দাস, ডিজিআইচিচিআৰ
৩.
শক্তিখণ্ডৰ সহযোগিতাৰ অৰ্থে ভাৰত আৰু ইটালীৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ
শ্ৰীযুত আনন্দ কুমাৰ, সচিব, এমএনআৰই
৪.
ভাৰত আৰু ইটালীৰ মাজত সাংস্কৃতিক সহযোগিতাৰ কাৰ্যকৰী প্ৰট’কল
শ্ৰীমতী ৰীনাত সান্ধু, ইটালীস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত
৫.
ইটালীৰ বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বৈদেশিক সেৱা প্ৰতিষ্ঠানৰ মাজত প্ৰশিক্ষণ ইউনিট স্থাপন সম্পৰ্কীয় বুজাবুজি চুক্তি
শ্ৰীযুত জে.এছ মুকুল, ডীন, এফএছআই
৬
ইটালীৰ বাণিজ্য সংস্থা আৰু ইনভেষ্ট ইণ্ডিয়াৰ মাজত পাৰস্পৰিক বিনিয়োগ সম্পৰ্কীয় বুজাবুজি চুক্তি
শ্ৰীযুত মাইকেল স্কেন্নাভিনি, অধ্যক্ষ, ইটালীৰ বাণিজ্য সংস্থা
দীপক বাগলা, ইনভেষ্ট ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া
***
AKT/SH/VK/DB