Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঈদ-ই-মিলাড উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-ই-মিলাড উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে ঈদ-ই-মিলাডৰ শুভেচ্ছা জনাইছো। পয়গম্বৰ মহম্মদে দিয়া শিক্ষাই আমাৰ সমাজৰ সকলোৰে মাজত সদ্ভাৱ বৃদ্ধি কৰক।”

******

AKT/NT/DB