Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঈদ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-অধা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ “ঈদ-অল-অধা উপলক্ষে মই সকলোকে শুভকামনা জনাইছো৷ আশা কৰিছো এই উৎসৱে আমাৰ সমাজত সুখ-শান্তি বৃদ্ধি কৰিব৷ ঈদ মুবাৰক!”—প্ৰধানমন্ত্ৰীয়ে কয়৷

******

VRRK/VJ/MS