Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰজিয়’য়েভক নিৰ্বাচনত জয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দ


উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকট মিৰজিয়য়েভক নিৰ্বাচনত জয়ৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

ৰাষ্ট্ৰপতি শ্বাভকট মিৰজিয়য়েভক নিৰ্বাচনত জয়ৰ বাবে আন্তৰিক অভিনন্দন জনাইছো। মই বিশ্বাসী যে আপোনাৰ দ্বিতীয় কাৰ্যকালতো ভাৰতউজবেকিস্তানৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী ৰূপত আগবাঢ়ি থাকিব। আপোনালৈ আৰু উজবেকিস্তানৰ বন্ধুত্বপূৰ্ণ লোকসকললৈ মোৰ শুভকামনা থাকিল।

 

****

DS/SH/MS