প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ পিথোৰাগড়স্থিত পাৰ্বতী কুণ্ড দৰ্শন কৰে আৰু পূজা-অৰ্চনা আগবঢ়ায়।
এক্সত এটা প’ষ্টেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আদি কৈলাশ দৰ্শনৰ সুখানুভূতি প্ৰকাশ কৰে। ইয়াত তেওঁ সমূহ দেশবাসীৰ মংগল আৰু সুখী জীৱনৰ বাবে প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে কয়ঃ
“উত্তৰাখণ্ডৰ পিথোৰাগড়স্থিত পৱিত্ৰ পাৰ্বতী কুণ্ড দৰ্শন আৰু পূজা-অৰ্চনাই মোক আপ্লুত কৰিছে। ইয়াৰ আদি কৈলাশ দৰ্শনেৰে মই ধন্য হৈছোঁ। প্ৰকৃতিৰ কোলাত অৱস্থিত এই আধ্যাত্মিকতা আৰু সংস্কৃতিৰে সংপৃক্ত স্থানৰপৰা মই সমূহ দেশবাসীৰ সুখী জীৱনৰ কৰিছোঁ।”
उत्तराखंड में पिथौरागढ़ के पवित्र पार्वती कुंड में दर्शन और पूजन से अभिभूत हूं। यहां से आदि कैलाश के दर्शन से भी मन आह्लादित है। प्रकृति की गोद में बसी अध्यात्म और संस्कृति की इस स्थली से अपने देश के सभी परिवारजनों के सुखमय जीवन की कामना की। pic.twitter.com/iIEpO0Cta0
— Narendra Modi (@narendramodi) October 12, 2023
তেওঁ পাৰ্বতী কুণ্ডত কটোৱা মুহূৰ্তৰ আলোকচিত্ৰও শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়েও এক্সত এইদৰে প’ষ্ট কৰেঃ
“পাৰ্বতী কুণ্ডত প্ৰধানমন্ত্ৰী @narendramodiয়ে প্ৰাৰ্থনা কৰা আৰু পূজা-অৰ্চনাত ভাগ লোৱাৰ কেইটিমান মুহূৰ্ত।”
Glimpses from Parvati Kund, where PM @narendramodi prayed and took part in the Pooja. pic.twitter.com/gff2kHOeQw
— PMO India (@PMOIndia) October 12, 2023
***
SB/BM
उत्तराखंड में पिथौरागढ़ के पवित्र पार्वती कुंड में दर्शन और पूजन से अभिभूत हूं। यहां से आदि कैलाश के दर्शन से भी मन आह्लादित है। प्रकृति की गोद में बसी अध्यात्म और संस्कृति की इस स्थली से अपने देश के सभी परिवारजनों के सुखमय जीवन की कामना की। pic.twitter.com/iIEpO0Cta0
— Narendra Modi (@narendramodi) October 12, 2023
Sharing some more glimpses from Parvati Kund. pic.twitter.com/knqEzDpa6U