Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উপাধ্যায় শ্ৰী ঋষি প্ৰবীণ জীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উপাধ্যায় শ্ৰী ঋষি প্ৰবীণ জীক সাক্ষাৎ কৰি জৈন গ্ৰন্থ আৰু সংস্কৃতিৰ অধ্যয়নৰ বাবে শ্ৰী প্ৰবীন জী বহুলভাৱে সমাদৃত তথা সন্মানিত বুলি মন্তব্য কৰে।

এক্সত এটা পোষ্টত তেওঁ লিখিছে-

“উপাধ্যায় শ্ৰী ঋষি প্ৰবীণ জীক লগ পাই বৰ ভাল লাগিল। জৈন গ্ৰন্থ আৰু সংস্কৃতিৰ অধ্যয়নৰ বাবে তেওঁক বহুলভাৱে সন্মান কৰা হয়। সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰসাৰৰ বাবে তেওঁ সমগ্ৰ ভাৰতবৰ্ষত ব্যাপক ভ্ৰমণ কৰিছে।”

 

***

MJPS/SR