পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এইমছত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লয়।
প্ৰধানমন্ত্ৰীয়ে শ্ৰী বাজপেয়ীৰ পৰিয়ালৰ সদস্যসকলৰ সৈতেও মত-বিনিময় কৰে। তেওঁ লগতে চিকিৎসকসকলৰ সৈতে শ্ৰী বাজপেয়ী স্বাস্থ্যৰ সন্দৰ্ভত বাৰ্তালাপ কৰে।
শ্ৰী নৰেন্দ্ৰ মোদী এইমছত প্ৰায় ৫০ মিনিট সময় থাকে।
***
AKT/HS/DB
PM @narendramodi visited former Prime Minister Shri Atal Bihari Vajpayee at AIIMS today. He was at AIIMS for about 50 minutes.
— PMO India (@PMOIndia) June 11, 2018
The Prime Minister interacted with family members of Shri Vajpayee. He also spoke to doctors and enquired about the health of Shri Vajpayee. pic.twitter.com/CctZYDJV8o