Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এক স্বচ্ছ পৃথিৱীৰ সংকল্প পুনৰ দোহাৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক স্বচ্ছ পৃথিৱীৰ সংকল্প পুনৰ দোহাৰে৷

“আমাৰ পৃথিৱী আৰু পৰিৱেশক আমি সকলোৱে অতি মৰমেৰে যতন লও৷ আজি বিশ্ব পৰিৱেশ দিৱসত আমি এখন স্বচ্ছ ধৰিত্ৰী গঢ়াৰ সংকল্পক পুনৰ এবাৰ স্মৰণ কৰিছো৷ প্ৰকৃতিৰ সৈতে সমন্বয়েৰে আগবাঢ়িলে ভৱিষ্যত উজ্জল হ’ব৷”, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

*****

AKT/ VJ/MS