Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰা হিমাংশু ধিলনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰে মোদীয়ে এছিয়ান গেমছ ২০২৬-ত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ৰূপৰ পদক লাভ কৰাৰ বাবে হিমাংশু ধিলনক অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে কয় যে তেওঁৰ প্ৰদৰ্শনক লৈ ভাৰত গৌৰৱান্বিত।

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছেঃ

এছিয়ান গেমছত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত হিমাংশু ধিলনৰ এক চমকাৰ ৰূপৰ পদক! চাপৰ মাজত তেওঁৰ শান্ত আৰু উল্লেখনীয় নিৰ্ভূল সঠিক প্ৰদৰ্শন লক্ষণীয় আছিল। এই অসাধাৰণ সাফল্যৰ বাবে তেওঁক অভিনন্দন জনাইছো। তেওঁৰ প্ৰদৰ্শনক লৈ ভাৰত গৌৰৱান্বিতঃ প্ৰধানমন্ত্ৰী @narendramodi

***

MJPS/SS/VJ/MK