পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ এণ্ড্ৰু ইউল এণ্ড কোম্পানী লিমিটেডক চাহ ৰপ্তানি ৪৩১% বৃদ্ধিৰ বাবে অভিনন্দন জনায়।
কেন্দ্ৰীয় মন্ত্ৰী ডঃ মহেন্দ্ৰ নাথ পাণ্ডেৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
“অলেখ অভিনন্দন! এয়া আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সাধনৰ দিশত এক উল্লেখযোগ্য সাফল্য।”
बहुत-बहुत बधाई! आत्मनिर्भर भारत के संकल्प की सिद्धि की दिशा में यह एक बड़ी उपलब्धि है। https://t.co/nYRGSrK4Fn
— Narendra Modi (@narendramodi) May 12, 2023
***
बहुत-बहुत बधाई! आत्मनिर्भर भारत के संकल्प की सिद्धि की दिशा में यह एक बड़ी उपलब्धि है। https://t.co/nYRGSrK4Fn
— Narendra Modi (@narendramodi) May 12, 2023