Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এফআইজি বিশ্ব চেলেঞ্জ কাপৰ ভ’ল্ট ইভেণ্টত স্বৰ্ণ জয় কৰা দীপা কৰ্মকাৰক প্ৰধানমনন্ত্ৰীৰ অভিনন্দন


এফআইজি বিশ্ব চেলেঞ্জ কাপৰ ভ’ল্ট ইভেণ্টত স্বৰ্ণ জয় কৰা দীপা কৰ্মকাৰক প্ৰধানমনন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে৷

‘দীপা কৰ্মকাৰকলৈ আজি ভাৰতবৰ্ষ গৌৰৱান্বিত৷ তুৰ্কীৰ মাৰ্ছিনত অনুষ্ঠিত এফআইজি বিশ্ব চেলেঞ্জ কাপৰ ভ’ল্ট ইভেণ্টত স্বৰ্ণ জয় কৰা বাবে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছো৷ এয়া হ’ল দীপা কৰ্মকাৰৰ দৃঢ়তা আৰু কেতিয়াও হাৰ নমনা মানসিকতাৰ উৎকৃষ্ট ফল৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/KP/MS