Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ নতুন দিল্লীত বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ এপ্ৰিল, সোমবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ ল’ব৷

অনুষ্ঠানত তেওঁ সংগ দান আগবঢ়াব৷ প্ৰধানমন্ত্ৰীয়ে সৰনাথস্থিত চেণ্ট্ৰেল ইনষ্টিটিউট অৱ হায়াৰ তিবেতান ষ্টাডিজ আৰু বুদ্ধ গয়াস্থিত সৰ্বভাৰতীয় ভিক্ষু সংঘলৈ বৈশাখ সন্মান প্ৰশস্তি পত্ৰও আগবঢ়াব৷ তেওঁ উপস্থিত ৰাইজকো সম্বোধন কৰিব৷

***

AKT/SH/MS