Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ মনোৰমা নিউজ কনক্লেভ, ২০১৯ত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ৩০ আগষ্ট, ২০১৯ত ভিডিঅ’ কনফাৰেন্সিংযোগে মনোৰমা নিউজ কনক্লেভ, ২০১৯ত ভাষণ আগবঢ়াব৷ মালয়ালা মনোৰমা কোম্পানী লিমিটেডৰ দ্বাৰা আয়োজিত এই সমাৰোহ কোচিত অনুষ্ঠিত হ’ব৷

***

VRRK/AK/DB