পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘কাৰ্তিক পূৰ্ণিমা’ আৰু ‘দেৱ দীপাৱলী’ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।
‘এক্স’-ৰ এটা ‘পোষ্ট’ত তেওঁ কয়:
“কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলী উপলক্ষে সকলো দেশবাসীক অনন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। স্নান-ধ্যান আৰু দীপদানৰ পৱিত্ৰ পৰম্পৰাৰে সম্পৰ্কিত এই পৱিত্ৰ অনুষ্ঠানটোৱে সকলোৰে জীৱনক সুখ, সমৃদ্ধি আৰু সৌভাগ্যৰে আলোকিত কৰক, এই কামনাই কৰিছোঁ।”
***
MJPS/SR/KB
सभी देशवासियों को कार्तिक पूर्णिमा और देव दीपावली की अनंत शुभकामनाएं। स्नान-ध्यान और दीपदान की पवित्र परंपरा से जुड़ा यह पावन अवसर हर किसी के जीवन को सुख-समृद्धि और सौभाग्य से रोशन करे, यही कामना है।
— Narendra Modi (@narendramodi) November 15, 2024