Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেন্দ্ৰীয় বাজেট ২০২০ৰ বাবে বিভিন্ন পৰামৰ্শ বিচাৰি প্ৰধানমন্ত্ৰীৰ আবেদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাইগ’ভত কেন্দ্ৰীয় বাজেট ২০২০ৰ প্ৰাক্ মুহূৰ্তত বিভিন্নজনৰ পৰা পৰামৰ্শ বিচাৰি আহ্বান জনাইছে৷

তেওঁ কয়, ‘‘কেন্দ্ৰীয় বাজেটে ১৩০ কোটি ভাৰতীয়ৰ প্ৰত্যাশাক প্ৰতিনিধিত্ব কৰে আৰু ইয়াতে ভাৰতৰ বিকাশৰ পথ সজ্বিত হয়৷ মাইগ’ভত মই সকলোকে এই বৰ্ষৰ বাজেটৰ বাবে বিভিন্ন পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছো৷’’

***

VRRK/AK/MANN