Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেৰালাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে৷ উল্লেখ্য যে,ৰাজ্য স্বীকৃতি আইনৰ অধীনত ১৯৫৬ চনৰ ১ নৱেম্বৰত কেৰালা ৰাজ্যৰ প্ৰতিষ্ঠা হৈছিল৷

“কেৰালাৰ প্ৰতিষ্ঠা দিৱসত মই ৰাজ্যখনৰ ভাই-ভনীসকলক শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছো৷ ৰাজ্যখনৰ জনসাধাৰণে দেশলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে৷ মই আশা কৰিছো যে ৰাজ্যখনৰ জনসাধাৰণ সুখী আৰু সমৃদ্ধিশালী হ’ব৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

******

VRRK/SH/MS