পি এম ইণ্ডিয়া
কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বান পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী এইচ ডি কুমাৰাস্বামীৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বান পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী এইচ ডি কুমাৰাস্বামীৰ সৈতে বাৰ্তালাপ কৰিলো। উদ্বাৰ আৰু সাহায্য অভিযানৰ বাবে সাম্ভাব্য সকলো সহায় আগবঢ়োৱা হৈছে। মই বান পীড়িত অঞ্চলৰ লোকসকলৰ নিৰাপত্তা আৰু কল্যানৰ হকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”
*****
AKT/SH/DB
Spoke to Karnataka CM Shri @hd_kumaraswamy Ji regarding the flood situation in parts of the state. Extended all possible support in the rescue and relief operations. I pray for the safety and well-being of those in the flood affected areas. @CMofKarnataka
— Narendra Modi (@narendramodi) August 19, 2018