পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ মান্দিয়াত বাছ দুৰ্ঘটনাৰ ফলত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে৷
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “কৰ্ণাটকৰ মান্দিয়া সংঘটিত বাছ দুৰ্ঘটনাক লৈ অতিশয় দুখিত হৈছো৷ নিহত লোকসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ এই দুখৰ সময়ত ভগৱানে তেওঁলোকক শক্তি প্ৰদান কৰক৷
*****
AKT/KP /DB
Deeply pained the bus accident in Karnataka’s Mandya. My thoughts are with the families of the deceased. May God give them strength in this hour of sadness: PM @narendramodi
— PMO India (@PMOIndia) November 24, 2018