পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে খ্বাজা মইনুদ্দিন চিস্তিৰ উৰস উপলক্ষ্যে আজমেৰ শৰীফ দৰগাহত চাদৰ উপহাৰ দিছে।
এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে;
“চাদৰ পঠালো। খ্বাজা মইনুদ্দিন চিস্তিৰ উৰস উপলক্ষ্যে আজমেৰ শৰীফত এই চাদৰ তৰা হ’ব।“
***
DS/SH/VK
Presented the Chadar which shall be offered at the Ajmer Sharif Dargah on the Urs of Khwaja Moinuddin Chishti. pic.twitter.com/SJhObXNhRA
— Narendra Modi (@narendramodi) February 2, 2022