Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটৰ দ্বাৰকাধীশ মন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দ্বাৰকাধীশ মন্দিৰ পৰিদৰ্শন কৰে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এটা পোষ্ট কৰি লিখিছে –

“দ্বাৰকাধীশ মন্দিৰত প্ৰাৰ্থনা জনালোঁ। জয় শ্ৰী কৃষ্ণ”।

 

***

DS