Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গ্ল’ৱেল গ’লকীপাৰ গ’লছ বঁটা-২০১৯ৰে সন্মানিত কৰাৰ বাবে বিল আৰু মেলিণ্ডা গেটছক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ


গ্ল’ৱেল গ’লকীপাৰ গ’লছ বঁটা-২০১৯ৰে সন্মানিত কৰাৰ বাবে বিল আৰু মেলিণ্ডা গেটছক ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁ লগতে কয় যে বিগত পাঁচ বছৰত ভাৰতে গান্ধীজীৰ স্বচ্ছ ভাৰতৰ সপোন পুৰন কৰাৰ বাবে পৰিস্কাৰ-পৰিচ্ছন্নতা তথা অনাময় ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

*******

AK/DB