প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চত্তীশগড়ৰ বাস্তাৰ জিলাৰ কৰণপুৰস্থিত কোব্ৰা অপাৰেচন বেছত কৰ্মৰত জোৱানসকলৰ সৈতে দীপাৱলী উদযাপনৰ আভাস দাঙি ধৰিলে ৷
শ্ৰী মোদীয়ে কয় যে নিৰাপত্তা বাহিনীৰ নিষ্ঠা আৰু কৰ্তব্যপৰায়ণতাৰ বাবেই বাস্তাৰত দীপাৱলীৰ উৎসৱমুখৰ পৰিৱেশ প্ৰতিফলিত হৈছে ।
তেওঁ কয় যে নক্সালবাদ এতিয়া অতীতৰ বিষয় আৰু উন্নয়নেই হৈছে আগুৱাই যোৱাৰ পথ ।
শ্ৰী মোদীয়ে এই উপলক্ষ্যক বিশেষ আৰু স্মৰণীয় বুলি অভিহিত কৰে ।
প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স‘ত লিখিছে—
“বাস্তাৰত দীপাৱলী… ইয়াৰ সম্পূৰ্ণ কৃতিত্ব আমাৰ নিৰাপত্তা বাহিনীৰ !
নক্সালবাদ এতিয়া ইতিহাস ।
উন্নয়নেই আগুৱাই যোৱাৰ পথ ।
আজিৰ দিনটো আছিল বিশেষ আৰু স্মৰণীয় ।“
“বাস্তাৰত দীপাৱলীৰ উৎসাহ-উদ্দীপনা সম্পূৰ্ণৰূপে পৰিলক্ষিত হৈছে !”
Diwali in Bastar…all thanks to our security forces!
Naxalism is history.
Development is the way ahead.
Today was special and memorable. https://t.co/cHok2iVtd8
— Narendra Modi (@narendramodi) November 8, 2026
********
MJPS/SS/ST/DM
Diwali in Bastar…all thanks to our security forces! Naxalism is history. Development is the way ahead. Today was special and memorable. https://t.co/cHok2iVtd8
— Narendra Modi (@narendramodi) November 8, 2026
Diwali spirit on full display in Bastar! https://t.co/KGAWwb12CB
— Narendra Modi (@narendramodi) November 8, 2026