Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱসত চাৰ্টাৰ্জ একাউণ্টেণ্টসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱসত চাৰ্টাৰ্জ একাউণ্টেণ্টসকলক শুভেচ্ছা জনায়৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কঠোৰ পৰিশ্ৰমে আমাৰ সমাজত সততাৰ সংস্কৃতি গঢ় দিয়াৰ লগতে কৰ্প’ৰেট প্ৰশাসন ব্যৱস্থাও উন্নত কৰিছে৷ চাৰ্টাৰ্ড একাউণ্টেণ্ট(চিএ)সকলে অৰ্থনৈতিক সমৃদ্ধি বৃদ্ধিতো মুখ্য ভূমিকা পালন কৰে৷ আজি চিএ দিৱসত মই সকলো চিএৰ প্ৰতি মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো৷”

*****

AKT/SH/DB