Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চিকিৎসকৰ দিৱসত চিকিৎসকসকলক অভিনন্দন আৰু ড০ বি চি ৰয়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসকৰ দিৱসত চিকিৎসকসকলক অভিনন্দন জনোৱাৰ লগতে ড০ বি চি ৰয়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, চিকিৎসকৰ দিৱসত মই আমাৰ সমাজখনৰ কাৰ্যক্ষম আৰু সুস্থ কৰি ৰখাৰ বাবে চৌব্বিশ ঘণ্টাই কঠোৰ পৰিশ্ৰমেৰে প্ৰচেষ্টা অব্যাহত ৰখা চিকিৎসকসকলক অভিনন্দন জনাইছো৷ ৰাইজৰ কল্যান সাধনৰ ক্ষেত্ৰত তেওঁলোকৰ যুগমীয়া অৱদানৰ কোনো তুলনা নাই৷ মইও বিশিষ্ট চিকিৎসক ড০ বি চি ৰয়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷

On #DoctorsDay, I congratulate all hardworking doctors for their round the clock efforts to make our society fit and healthy. No words can do justice to their monumental contribution to public welfare.

I also pay tributes to Dr. BC Roy, a distinguished doctor himself.

— Narendra Modi (@narendramodi) July 1, 2019

***

AKT/SH/DB