Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চিকিৎসালয়ত ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ; তেখেতৰ আশু-আৰোগ্য কামনা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ সেনা চিকিৎসালয় (আৰ এণ্ড আৰ)ত চিকিৎসাধীন হৈ থকা ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙক সাক্ষাৎ কৰে। তেখেতৰ পৰিলায়ৰ লোককো সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীয়ে তেখেতৰ আশু-আৰোগ্য কামনা কৰে।
“আৰ এণ্ড আৰ চিকিৎসালয়লৈ গৈ গুৰুতৰভাৱে অসুস্থ ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙক সাক্ষাৎ কৰো।তেখেতৰ পৰিলায়ৰ লোককো সাক্ষাৎ কৰো।

আমি সকলোৱে ভাৰতীয় বায়ুসেনাৰ মাৰ্শ্বাল অৰ্জুন সিঙৰ আশু-আৰোগ্য কামনা কৰিছো। চিকিৎসকসকলে যৎপৰোনাস্তি চেষ্টা চলাই আছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে প্ৰকাশ কৰে।

****

AKT/NT/PRK