পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে জনোৱা আন্তৰিক শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, “সমগ্ৰ ভাৰতত সংঘটিত হোৱা পৰিৱৰ্তন, বিশেষকৈ দৰিদ্ৰ আৰু সমাজৰ প্ৰান্তীয় লোকসকলৰ জীৱনত দেখা দিয়া পৰিৱৰ্তন সন্দৰ্ভত তেওঁৰ পৰ্যবেক্ষণ মোৰ বাবে বিশেষভাৱে অৰ্থপূৰ্ণ। যিখিনি অৰ্জন কৰা হৈছে, সেয়া ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পৰ ফল।”
শ্ৰী মোদীয়ে এক্সত লিখিছে—
“প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দজীয়ে জনোৱা শুভেচ্ছা আৰু আন্তৰিক বাৰ্তাৰ বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ।
সমগ্ৰ ভাৰতত সংঘটিত হোৱা পৰিৱৰ্তন, বিশেষকৈ দৰিদ্ৰ আৰু সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকসকলৰ জীৱনত দেখা দিয়া পৰিৱৰ্তন সন্দৰ্ভত তেওঁৰ পৰ্যবেক্ষণ মোৰ বাবে বিশেষভাৱে অৰ্থপূৰ্ণ। যিখিনি অৰ্জন কৰা হৈছে, সেয়া ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পৰ ফল।”
@ramnathkovind
My gratitude to former President Shri Ram Nath Kovind Ji for the greetings and kind words.
His observations about the changes taking place across India, particularly in the lives of the poor and the marginalised, are especially meaningful to me. Whatever has been achieved belongs to the collective resolve of 140 crore Indians.
@ramnathkovind
— Narendra Modi (@narendramodi) October 7, 2026
***
MJPS/SS/VJ/DM
My gratitude to former President Shri Ram Nath Kovind Ji for the greetings and kind words. His observations about the changes taking place across India, particularly in the lives of the poor and the marginalised, are especially meaningful to me. Whatever has been achieved belongs to the collective resolve of 140 crore Indians. @ramnathkovind
— Narendra Modi (@narendramodi) October 7, 2026