Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছাকমা কাণ্ডত প্ৰাণাহুতি দিয়া সাহসী চিআৰপিএফ জোৱানলৈ প্ৰধানমন্ত্ৰীৰ শেষশ্ৰদ্ধা


চট্টিশগড়ৰ ছাকমাত হোৱা আক্ৰমণত শ্বহীদ হোৱা সাহসী বীৰ চিআৰপিএফ জোৱানসকললৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে শেষ শ্ৰদ্ধা৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘চট্টিশগড়ৰ ছাকমাত হোৱা আক্ৰমণত প্ৰাণাহুতি দিয়া সাহসী বীৰ চিআৰপিএফ জোৱানসকললৈ সমগ্ৰ দেশে অভিবাদন জনাইছে, শ্ৰদ্ধা জনাইছে৷ এই শোকাকুল সময়ত তেওঁলোকৰ দূখৰ সমভাগী হৈছে সমগ্ৰ দেশ৷’’

***

AKT/SH/Rang