Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছৌদি আৰৱ সাম্ৰাজ্যৰ পৰিৱেশ, জল আৰু কৃষি মন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱ সাম্ৰাজ্যৰ পৰিৱেশ, জল আৰু কৃষি মন্ত্ৰী শ্ৰীযুত আব্দুলৰহমান আল-ফাডলিক সাক্ষাৎ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিৱেশ, জল আৰু কৃষি হৈছে এনে খণ্ড, য’ত সহযোগিতাৰ ব্যাপক সম্ভাৱনা আছে৷ তেওঁ লগতে কয় যে আমি আমাৰ পৰিৱেশক উন্নত কৰাৰ লগতে জলসম্পদ আহৰণত একেলগে কাম কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ৷

*****

VRRK/AK/DB