পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ প্ৰতিনিধিত্বৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে।
“प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्।
नात्मप्रियं प्रियं राज्ञः प्रजानां तु प्रियं प्रियम्॥”
এই হিতোপদেশে কৈছে, “জনসাধাৰণৰ প্ৰতিনিধিৰ সুখ জনসাধাৰণৰ সুখত নিহিত হৈ থাকে; তেওঁৰ কল্যাণ জনসাধাৰণৰ কল্যাণতে নিহিত থাকে। জনসাধাৰণৰ প্ৰতিনিধিৰ কোনো ব্যক্তিগত পছন্দ নাই। জনসাধাৰণৰ যিটো প্ৰিয় তেওঁৰ বাবেও সেইটোৱেই প্ৰিয়।“
শ্ৰীমোদীয়ে আজি পঞ্চায়তী ৰাজ দিৱস উপলক্ষে সমগ্ৰ দেশৰ জনসাধাৰণৰ প্ৰতিনিধিসকলক শুভেচ্ছা জ্ঞাপনো কৰে।“ৰাজহুৱা সেৱা আৰু ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি আপোনাৰ উৎসৰ্গা প্ৰকৃততে সকলোৰে বাবে অনুপ্ৰেৰণাদায়ক“, শ্ৰী মোদীয়ে মন্তব্য কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স–ত লিখিছে;
“পঞ্চায়তী ৰাজ দিৱস উপলক্ষে সমগ্ৰ দেশৰ জন প্ৰতিনিধিসকলক আন্তৰিক অভিনন্দন জনাইছো! ৰাজহুৱা সেৱাৰ লগতে ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি আপোনালোক সকলোৰে উৎসৰ্গাই সকলোকে অনুপ্ৰাণিত কৰিব।
प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्।
नात्मप्रियं प्रियं राज्ञः प्रजानां तु प्रियं प्रियम्॥”
पंचायती राज दिवस के अवसर पर देशभर के जनप्रतिनिधियों का हार्दिक अभिनंदन! जनसेवा के साथ राष्ट्रसेवा के प्रति आप सभी का समर्पण हर किसी को प्रेरित करने वाला है।
प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्।
नात्मप्रियं प्रियं राज्ञः प्रजानां तु प्रियं प्रियम्॥ pic.twitter.com/gb0K3Rr709
— Narendra Modi (@narendramodi) April 24, 2026
****
MJPS/VJ/SS/HS