Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্মবাৰ্ষিকীত ড০ ৰাম মনোহৰ লোহিয়ালৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ ৰাম মনোহৰ লোহিয়াৰ জন্মবাৰ্ষিকীত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

‘বিংশ শতিকাৰ ভাৰতৰ এগৰাকী অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি আছিল ড০ ৰাম মনোহৰ লোহিয়া৷ তৃণমূল পৰ্যায়ৰ ৰাজনৈতিক সক্ৰিয়তাৰ সমান্তৰালকৈ তেওঁ বৌদ্ধিক বিচক্ষণতাৰ পৰিচয় দিছিল৷ তেওঁৰ সমৃদ্ধিশালী চিন্তা-চৰ্চাই সামাজিক-ৰাজনৈতিক ক্ষেত্ৰখনক সদায় প্ৰভাৱিত কৰিব৷ তেওঁৰ জয়ন্তীত মই ড০ লোহিয়ালৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

****

AKT/SH/MS