Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্মবাৰ্ষিকী উপলক্ষে নানাজী দেশমুখক স্মৰণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মবাৰ্ষিকী উপলক্ষে সমাজ সংস্কাৰক নানাজী দেশমুখক স্মৰণ কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “নানাজী দেশমুখৰ জন্ম বাৰ্ষিকীত তেওঁক স্মৰণ কৰিছো। দেশৰ প্ৰতি তেওঁৰ বিনম্ৰ সেৱা আৰু গ্ৰামোন্নয়নৰ দিশত দিয়া গুৰুত্বৰ বাবে আমি সদায় প্ৰণোদিত হওঁ।”

******

AKT/AK/DB