Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্ম বাৰ্ষিকী উপলক্ষে জৱাহৰলাল নেহৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ 

টুইটাৰৰ এক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

“জন্ম বাৰ্ষিকীত আমাৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু জীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷”

******

Dhiraj Singh/DB