পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে জালিয়ানাৱালাবাগ ৰাষ্ট্ৰীয় স্মাৰক আইন, ১৯৫১ৰ সংশোধনীত অনুমোদন প্ৰদান কৰিছে৷
সিদ্ধান্তসমূহৰ ভাবাৰ্থঃ
এই সিদ্ধান্তৰ দ্বাৰা জালিয়ানাৱালাবাগ ৰাষ্ট্ৰীয় স্মাৰক আঁচনি, ১৯৫১ৰ উপযুক্ত সংশোধনীৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে যাতে উপস্থাপনক ন্যাসৰক্ষী ‘‘বিৰোধীৰ নেতাক হাউচ অব্ দা পিপল হিচাপে চিনাক্ত, অথবা য’ত কোনো বিৰোধী নেতা নাথাকে, তেতিয়া হাউচত একক বৃহত্তম বিৰোধী দলৰ নেতা’’ হিচাপে সুৰক্ষিত কৰিব পাৰি৷
লাভসমূহঃ
বিদ্যমান আইনত একক ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতাৰ উপস্থাপনৰ ব্যৱস্থা আছে৷ ন্যাসৰ পৰা দলভিত্তিক সদস্য বিলোপৰ দ্বাৰা ই এক অৰাজনৈতিক সংস্থা হৈ পৰিব৷ প্ৰস্তাৱিত সংশোধনীয়ে ন্যাসত বিৰোধী দলৰ উপস্থাপনৰ নিশ্চয়তা প্ৰদান কৰিছে৷ প্ৰস্তাৱিত সংশোধনীয়ে চৰকাৰক ন্যাসক ন্যাসৰক্ষাৰ কাৰ্য অথবা অন্যান্য কাৰণত অংশগ্ৰহণৰ পৰা বিলোপন আৰু প্ৰতিষ্ঠাপন কৰাৰ অধিকাৰ প্ৰদান কৰিব৷
***
AKT/SH/MANN