পি এম ইণ্ডিয়া
জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ শ্বহীদসকললৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে কয়—‘জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ শ্বহীদসকলৰ অদমনীয় সাহস চিৰস্মৰণীয় হৈ ৰ’ব৷ আমাৰ স্বাধীনতাৰ বাবে তেওঁলোকে আত্মবলিদান দিছিল৷’
***
AKT/AP/MS
Tributes to the brave martyrs of the Jallianwala Bagh massacre. The indomitable spirit of the martyrs will always be remembered. They sacrificed their lives for our freedom.
— Narendra Modi (@narendramodi) April 13, 2018